কবিতা
তোমাৰ স্মৃতি🙂
🔹 তুমাৰ কথা মনত পৰে,
🔸 শূন্য আকাশত জোনাকেৰে,
🔹 সপোনবোৰে আজি মোক কয়,
🔸 তুমি নাথাকিলেও সঁচাই মৰম আছিল।
🔹 নিঃশব্দ নিশা, বৰষুণ ধাৰে,
🔸 হৃদয়ত আজিও সেউজী তুমিময়,
🔹 বতাহজাকো সুধে মোৰপৰা,
🔸 "তেওঁৰ বতৰা একো নাপালা নেকি?"
🔹 শব্দবোৰ নোহোৱা হ’ল,
🔸 কিন্তু সেউজী অনুভৱ তেতিয়াও জীয়াই আছে,
🔹 হয়তো তুমি পাহৰিলা মোক,
🔸 কিন্তু মোৰ বাবে, তুমি সদায় চিৰস্থায়ী।
Comments
Post a Comment